Commons:আপল’ড
আপোনাৰ কামটো তলৰ কোনটোত সৈতে সঠিক হৈছে? (সঠিক সংযোগটোত ক্লিক কৰক)
- এইটো সম্পূৰ্ণ মই নিজে তৈয়াৰ কৰা
- এইটো ফ্লিকাৰত পাইছো (সহায়ক নিৰ্দেশিকা চাওক)
- এইটো অন্য এটা ৱিকিমিডিয়া প্ৰকল্পত আছে
(ৱিকিপিডিয়া, ৱিকিগ্ৰন্থ, ৱিকিসংবাদ ইত্যাদি) - এইটো মাৰ্কিন ফেডাৰেল চৰকাৰৰ ভাণ্ডাৰত আছে
- এইটো এটা মুক্ত ছফ্টৱেৰৰ স্ক্ৰীনশ্বট
- এইটো অন্য কোনো ঠাইৰ পৰা পাইছো
- মই নাজানো যে এই কামটোৰ মূল মালিক কোন অথবা মই বুজি পোৱা নাই যে কোনখন অনুজ্ঞাপত্ৰ ইয়াত প্ৰয়োগ হ’ব?
- অনুজ্ঞাপত্ৰ কি, জনাৰ বাবে মোক সাহায্যৰ প্ৰয়োজন
দক্ষ ব্যৱহাৰকাৰীসকলৰ বাবে:
- অনুজ্ঞাপত্ৰ কি হ’ব, আৰু ইয়াৰ কপিৰাইট টেগ কি সেয়া জনা আছে? তেন্তে আপলোড ফৰ্মলৈ পোনেপোনে যাওক।
- {{Information}} সাঁচটো তৈয়াৰ কৰা আছে? (ফাইল ইনফ’ টুল ব্যৱহাৰ কৰি তৈয়াৰ কৰা হৈছে?) তেন্তে সৰল আপল’ড ফৰ্ম ব্যৱহাৰ কৰক।
আৰু চাওক বিভিন্ন প্ৰকাৰৰ বাবে কপিৰাইট টেগৰ এখন সম্পূৰ্ণ তালিকা। এই পৃষ্ঠাৰ প্ৰথম অনুচ্ছেদত পাব্লিক ডোমেইনৰ পৰা কামৰ বাবে সাধাৰণ টেগসমূহ আছে।