Summary

edit

Afrikaans | অসমীয়া | asturianu | български | भोजपुरी | বাংলা | català | čeština | Cymraeg | dansk | Deutsch | Ελληνικά | español | eesti | euskara | suomi | français | galego | עברית | हिन्दी | magyar | íslenska | italiano | 日本語 | ភាសាខ្មែរ | 한국어 | kurdî | Latina | lietuvių | македонски | Bahasa Melayu | မြန်မာဘာသာ | Napulitano | norsk bokmål | norsk | polski | português | română | русский | slovenčina | slovenščina | anarâškielâ | Tagalog | vèneto | ไทย | українська | 中文 | 中文(繁體)‎ | +/− আই ইউ চি এন ৰঙা তালিকাৰ অন্তৰ্গত বিভাগসমুহৰ লৈখিক চিত্ৰ।

প্ৰকৃতি সংৰক্ষণৰ আন্তঃৰাষ্ট্ৰীয় সংস্থা (IUCN, অস্থায়ীভাৱে বিশ্ব সংৰক্ষণ সংস্থা ১৯৯০-২০০৮)দ্বাৰা প্ৰকাশিত ৰঙা তালিকাৰ অন্তৰ্গত বিভাগসমুহ:

File:Status iucn3.1 EX as.svgFile:Status iucn3.1 EX as.svgFile:Status iucn3.1 EW as.svgFile:Status iucn3.1 CR as.svgFile:Status iucn3.1 EN as.svgFile:Status iucn3.1 VU as.svgFile:Status iucn3.1 NT as.svgFile:Status iucn3.1 EN as.svgFile:Status iucn3.1 LC as.svgFile:Status iucn3.1 LC as.svg
কম সংকটজনক বিভাগ
২০০১ বিভাগ আৰু মানদণ্ড
(সংস্কৰণ ৩.১)
বিৱৰণ ১৯৯৪ বিভাগ আৰু মানদণ্ড
(সংস্কৰণ ২.৩)
ন্যূনতম সংকটজনক (LC or LR/lc), সকলোতকৈ কম সংকটগ্ৰস্ত। সহজে আৰু বিস্তৃত ক্ষেত্ৰত দেখা যোৱা প্ৰজাতিবোৰ এই বিভাগৰ অন্তৰ্গত।
সংকটাসন্ন (NT or LR/nt), অদূৰ ভবিষ্যতে সংকটগ্ৰস্ত হৈ পৰাৰ প্ৰবনতা দেখা গৈছে।
বৰ্তমান ৰঙা তালিকাৰ অন্তৰ্ভূক্ত নহয় সংৰক্ষণ নিৰ্ভৰ (LR/cd), বিশেষ আৱাস বা বিশেষ শ্ৰেণীৰ জীৱ যিবোৰ বিশেষ পৰিকল্পনা অনুহৰি সংৰক্ষণ কৰা হৈছে, অন্যথা সংকটজনক বিভাগত অন্তৰ্ভূক্ত হোৱাৰ সম্ভাৱনা আছে।
সংকটজনক বিভাগ
২০০১ বিভাগ আৰু মানদণ্ড
(সংস্কৰণ ৩.১)
বিৱৰণ ১৯৯৪ বিভাগ আৰু মানদণ্ড
(সংস্কৰণ ২.৩)
অসুৰক্ষিত (VU), প্ৰকৃতিত বিপন্ন হৈ পৰাৰ সম্ভাৱনা আছে।
বিলুপ্তপ্ৰায় (EN), প্ৰকৃতিত বিলুপ্ত হোৱাৰ সম্ভাৱনা আছে।
ঘোৰ সংকটজনক (CR), প্ৰকৃতিত বিলুপ্ত হোৱাৰ তীব্ৰ সম্ভাৱনা আছে।
অন্যান্য বিভাগ
২০০১ বিভাগ আৰু মানদণ্ড
(সংস্কৰণ ৩.১)
বিৱৰণ ১৯৯৪ বিভাগ আৰু মানদণ্ড
(সংস্কৰণ ২.৩)
অৰণ্যত বিলুপ্ত (EW), বন্য পৰিবেশত বা মূল আবাসত এই প্ৰজাতিৰ কোনো সদস্য জীয়াই থকা নাই। চিৰিয়াখানা অথবা আবদ্ধ পৰিবেশত অতি কমসংখ্য সদস্য জীয়াই আছে।
অপৰিমিত তথ্য (DD), কোনটো বিভাগৰ অন্তৰ্ভূক্ত হব, সেই সম্পৰ্কীয় প্ৰয়োজনীয় তথ্য-পাতি নাই।
অমূল্যাঙ্কিত (NE), আই ইউ চি এনৰ দ্বাৰা এতিয়ালৈ কোনো মূল্যাঙ্কণ হোৱা নাই।
সংকটাসন্ন (PE), ঘোৰ সংকটজনক বিভাগৰ এটা উপ-বিভাগ।
অৰণ্যত সংকটাসন্ন (PEW), ঘোৰ সংকটজনক বিভাগৰ এটা উপ-বিভাগ।
ন্যূনতম সংকটাসন্ন (PLC), আই ইউ চি এনৰ হালধীয়া তালিকাৰ এটা বিভাগ। সংকটাসন্ন বিভাগৰ এটা উপ-বিভাগ।
বিলুপ্ত (EX), এই প্ৰজাতিৰ কোনো সদস্য জীয়াই থকা নাই।