Commons:Wiki Loves Monuments 2023 in India/as
৫,৭৭৩
images uploaded so far (Click to update)
Home
Jury
Organizers
Prize
Winners
FAQ
বিশ্বৰ বৃহত্তম আলোকচিত্ৰ প্ৰতিযোগিতাত যোগদান কৰক।
টোকা
আপোনাৰ সৈতে যোগাযোগ কৰিবলৈ ই মেইল সক্ৰিয় কৰক।
আলোকচিত্ৰ গ্ৰহণ কৰোঁতে আইন মানি চলক।
বিচাৰকৰ সিদ্ধান্তক চূড়ান্ত আৰু সলনি কৰিব নোৱাৰি বুলি ধৰি লওক।পুৰস্কাৰসমূহ
প্ৰথম: ১৫,০০০ ভাৰতীয় টকা মূল্যৰ গিফ্ট ভাউচাৰ...
দ্বিতীয়: ১১,০০০ ভাৰতীয় টকা মূল্যৰ গিফ্ট ভাউচাৰ...
তৃতীয়: ৮,০০০ ভাৰতীয় টকা মূল্যৰ গিফ্ট ভাউচাৰ...
...অন্য বিজয়ীসকলৰ বাবে আৰু বহুতো...
শীৰ্ষৰ দহখন আলোকচিত্ৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে প্ৰেৰণ কৰা হ'ব।
প্ৰতিযোগিতাৰ নিয়মসমূহ
অতি কমেও ৬ মেগাপিক্সেল ৰিজ'লিউচন
১-ৰ পৰা ৩০ ছেপ্টেম্বৰৰ ২০২৩-ৰ ভিতৰত আপলোড কৰা
কীৰ্তিচিহ্নটো চিনিব পৰাকৈ উপযুক্ত শিৰোনাম আৰু বৰ্ণনা
আলোকচিত্ৰখন পুনৰ ব্যৱহাৰ কৰিবলৈ মুক্ত অনুজ্ঞাপত্ৰ
কোনো ৱাটাৰমাৰ্ক নথকা